মাতৃজাতি ১৫৩
বেছি ভাগ লৰাই si বছৰৰ পৰ৷ Qh বছৰৰ ভিতৰতে শিকে । লৰাই এখন নতুন সংসাৰত জন্ম লয়। সি যি দেখে সেয়ে নতুন, আৰু প্রত্যেক বস্তুকে জানিবৰ তাৰ এট! স্বাভাৱিক ইচ্ছা হয়। মাত ফুটিলে লৰাই মাক-বাপেক প্রভৃতিতকৈ বয়সিয়াল সকলে| মানুহকে, ইটো কি, সিটে৷ কি, ইটো। কেনেকৈ হয় এভৃতি প্রশ্ন কৰিব ধৰে । বহুত প্রশ্নৰ উত্তৰত দিয় বয়সীয়াৰ পক্ষে প্রায় অসম্ভৱ হয়। বহুত সময় A অনৱৰত কৰা eS বিৰক্ত হৈ বা প্রকৃত উত্তৰ দিব নোৱাৰি ডাঙবে তাক ডাবি -ধমূকি দি মনে মনে থাকিব দিয়ে | ইয়াৰ পৰা লৰ। নিকৎসাহী হয় আক বাধ্য হৈ নিজব কৌতূহল দমন কৰে । এইটে। বৰ অপকাৰী | লৰাৰ নতুন কথ! জানিব খোজো ইচ্ছাটো স্বাভাবিক তাৰ প্রশ্নৰ যথাযথ উত্তৰ দি, আৰু উৎসাহ বঢ়াই তাব সেই ইচ্ছাটে৷ Wis! হে উচিত। : এই সময়ত লৰাই যি শিকে সেইটো তাব মনৰ পৰা গুচোৱ| টান । সেইবাবে লবাৰ প্রশ্নৰ উত্তৰ দিব নিজে নোৱাৰিলে, জনাক Be সেই প্রশ্নৰ উত্তৰ দিব লাগে ৷ তাকে। কৰিব নোৱাৰিলে--নাজানে। বুলি কৰ লাগে | কিন্তু কোনে! কাৰণেই বুল Fel বুজাব নালাগে । এতিয়া এটা কথা মন কৰিব|-_শিক্ষিত মাক-বাপেক লৰাক ঠিক উত্তৰ দিব, আৰু অশিক্ষিত মাক-বাপেক লৰাক ঠিক উত্তৰ দিব নোৱাৰিব |. এইবাবেই মাক শিক্ষিত হোরা উচিত।.