সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ১৪৯

বহি থাকিব নোৱাবে--সেই বিলাকক কাধ্য কৰিবৰ নিমিত্তে | কিবা এটা বাট লগাই দিব লাগিব--যদি তোমাৰ বাচনবোৰ ভাঙিব নালাগে, তেনেহলে তাক খেলাত লগাই দিয়া ঘি অস্বাভাৱিক, সিয়ে বেয়া ; যি স্বাভাৱিক সিয়েই ভাল-- অৱশ্যে যদি তাৰ বাটটে। ঠিক লগাই দিব পাৰ৷ ৷ বাপেক-মাকে বিৰক্ত নোহোৱাকৈ কিছু পবিমাণে এইবোৰ লবাৰ উৎপাত সব লাগিব। সকৰ মুখত ডাঙৰ কথা শোভ। নাপায়, আৰু সৰু সৰু লৰাৰ বয়সীয়াৰ আচবণে৷ শোভ। নাপায়। তোমাব ANS সকতে বুঢ়া হোৱাৰ বাঞ্ছ৷ নকৰিব| | Sts লৰা-ছোৱালীৰ কিবা জন্মগত দোষ থাকিলে-- যেনে কেবা, কুজা, খোৰ! প্রভৃতি--সেই দোষলৈ বহুতে লৰা ছোৱালীক ঠাট্ট৷-বিদ্ৰপ কৰে । এনে কৰিলে লবা-ছোরা- লীয়ে মনত, বৰ Bl পায়, আচলতে ই বৰ নির্দয়, এনে কাম কেতিয়াও নকৰিব|, আৰু আনকে৷ কৰিবনি দিব৷ ৷ প্রশংস৷, উৎসাহ আৰু পুৰস্কাৰ--ভাল বুলি, উৎসাহ আৰু পুৰস্কাৰ দি লৰ৷-ছোৱালীৰ হতুৱাই যিমান কাম সহজে কৰাব পাৰি, শাস্তি দি সিমান কাম কৰাব নোৱাৰি আক শাস্তিৰ ভয়ত যিটো কাম কৰে, তাৰ প্রতি লঙাৰ আন্তৰিক আগ্রহ নোহোৱাত Piel ভাল নহয় ॥ কিন্ত লবাই যিখিনি কাম উৎসাহত কৰে, তাক মনোযোগ দি কৰাই সেই কাম বৰ ভলি হয়। সেই বাবে লৰাক ভালকৈ শিক্ষা দিব লাগিলে, লৰাৰ মাক-বাপেক আৰু