সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুলি কবা? অৱশ্যে প্রথমটোৰ মাকে লবাক এবি নিশ্চিন্ত “মনে শুই বা বহি থাকিব পাৰে, আৰু দ্বিতীয়টোৰ মাকৰ

শান্তি নাই, অলপ আঁতবিলেই লৰাই কিবা এটা উৎপাত

কৰিলে। সেই হিচাবে প্রথমটো ভাল, কিন্তু মনত বাধিবা! তাব অৱস্থা অহ্থাভারিক। সেই বয়সৰ লব| তেনে ধীৰ

আক শান্ত হলে বুজিব লাগিব যে হয় তাৰ কিবা এটা

বেমাৰ হৈছে, নহয় তাৰ কোনো এটা, মনোরুত্তি বৰ দুৰ্ব্বল বা তাৰ জরনী শক্তি বৰ কম। তেনে লৰাক শবীব আৰু . অন: চিকিৎসকক দেখুরোরাহে উচিত হব | দ্বিতীরটোব অৱস্থা৷ অতি স্বাভাৱিক, কাবণ লবা-ছোবালীৰ মন স্বভাৱতে অতি চঞ্চল, কোনো এটা, কামত বেছি সময় লাগি থাকিব নোরাবে) তাৰ জীৱনী শক্তি বেছি, শৰীৰ সুস্থ* কোনো বেমাৰ নাই, মনোবুত্তিবিলাক তেজী আক বলী--সকলো স্বাভাৱিক, ইয়াৰ বাবে চিন্তিত হোৱাৰ অলপে৷ কাৰণ নাই | আগৰ শ্ৰেণীৰ লবা-ছোরালী ডাঙৰ হলেও জড়" ভৰতেই হৈ থাকিব, সি সংসাৰত কোনো! এটা ভাল কাম কৰিব নোৱাৰিব | দ্বিতীয় লৰাটোৰ ভৱিষ্যত বৰ পোহৰ - তাক বাট লগাই fat পাৰিলে য’তে লাগে তাতে সফল চৈ সংসাৰত নাম বাখিব। সকতে সেই লৰাক মৰমেৰে অনিষ্ট হোৱা কামৰ পবা আঁতৰাই ৰাখি অন্যায় নোহোৱা কাম Aaa, নাচা প্রভৃতি কামত লগাবৰ চেষ্টা কৰিব লাগিব ৷ তাৰ জীৱনী শক্তি আৰু স্ফুপ্তি এনেই