সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ite

আক স্থু-জননীব আদৰ্শই জকমকাই ফুলি উঠিছে ৷ সেই জিলিকনিবেই পুথিবনি জিলিকি পৰিছে । গৌসাই বাপাৰ অন্তৰত এই প্রেবণা আক Gay ভগবানব এক অতুলনীয় দান মাথোন |

বর্তমান কালত আমাৰ বহুত, আমীয়| তিৰোতাই উচ্চ .. শিক্ষা লাভ কৰি আন আন দেশব শিক্ষিতা নাৰী সমাজব শাৰীত যাব পৰাত আমি chet অনুভৱ কৰিছে৷ । সেই দৰেই শিক্ষিতা নাবী সকবে অন্তর্জ্জগতলৈ লক্ষ্য বাখি সুভাৰ্ব্যা, স্থগৃহিণী, wale হৈ চলিব পাৰিলে সোণত স্থৱগাৰ Wa জেউতি চৰিব আক মবততে স্বৰগৰ স্বষ্টি aa) ইয়াকেই আমি অসমীয়া বাই-ভনী সকলব, আক সাহিত্যৰ যোগেৰে আলম যোগাওঁত| সকলব হকে ভগৱন্তৰ চৰণত প্রার্থনা কৰেখ আৰু মোৰ চিৰ আৰাধ্য, পৰমপ্ৰির় স্বৰ্গগত স্বামী দেৱতাৰ চৰণ চিন্তি ৰাইজলৈ মুৰ দৌরাই কগ্র- জীৱনৰ ক্ষুদ্রপ্রাণব কথ! কেইফীকি পুষ্পাঞ্জলি স্বৰূপে সত্য শিৱ area চব্ণত অর্পণ কৰিলে"।। ইতি

বিনীতা গুৱাহাটী | কাব্যভাবতী-- ৬ধৰ্ম্বেশ্বৰী দেৱী বৰুৱাণী

'১৩৩৯ চন (১৮৯৩-১৯৬০) ভাদ মৃত্যু ৩৬০