১৩২ মাতৃজাতি
নিৰ্বাচাৰে তাক অনুকৰণ কৰা | এই অনুকবণব ফল জাতারতাহীনত। আৰু হীনমনো বৃত্তিব বেছিকৈ বশীভূত হোৱ৷ । আমাৰে! সেয়ে হৈছিল, আমি ইংৰাজক অন্ধ অনুকৰণ কৰিছিলে৷--ইংৰাজৰ সকলো ভাল, আমাৰ সকলো বেয়া ।_ তেওঁলোকৰ মুখত আমাৰ কিবা এটা ভাল বোলা শুনিলেহে আমি আমাৰ কিবা এটাক ভাল বুলিছিলে৷--নহলে আমি বি লৈছিলে| যে আমাৰ পূৰ্ববাপৰ চলি অহা সকলো! কথা all সেই মনোভাৱ স্বাধীন হোরাব পিচতো আজিলৈকো এবিব পৰা নাই। ইংৰাজৰ আৰু আমাৰ সকলে| তফাৎ__জলাবযু, আচাৰ ব্যৱহাৰ, 19, চাল-চলন, শৰীবৰ শক্তি সকলো৷ তফাৎ। মালদহী আম আসামত ৰুলে জলবায়ুৰ গুণে সি টেঙা হয়, পোকব কোবত খাব নোৱাৰি; সেইদৰে নিৰ্বিবচাবে ইংৰাজৰ সকলে| FA আমাৰ দেশত চলালে তাৰ বেরা ফলটোহে পাব৷ ৷ এই দুই আদৰ্শৰ সংঘৰ্ষৰ সময়ত এই সন্ধি ক্ষণত যদি ভাবতে জয় লাভ কৰে, তেনেহলে ভাৰতৰ বৈশিষ্ট্য বক্ষা পৰিব আক পৃথিৱীত তিষ্ঠিব পাব্বি । নহলে আমাৰ অধংপতন আক ধ্বংশ অনিবাৰ্ধ্য |. আত্মমধ্যদাহীন কোনো মানুহে যেনেকৈ তিষ্ঠিব নোৱাৰে, আত্মমধ্যদাহীন জাতি এটায়ো কোনো ৰকমে পৃথিৱীত fees নোৱাৰে | ধৰ্ম্ম আৰু কৰ্তব্য সাধাৰণভাবে সেৱ৷ পুজা আদি কামকে ধৰ্ম্ম বোলে৷ প্রকৃতপক্ষে তোমাৰ যি কর্তব্য সেয়ে