১৩০ মাতৃজাতি
আকর্ষণ নকৰে, বিলাসিতাই কাৰ মনক টানি নিনিয়ে ? লোভে কাক পথ ভ্ৰষ্ট নকৰে? কাম, ক্রোধ, লোভ, মোহ
প্রভৃতি ছয় বিপুই সদাই মানুহ আক পশুক আকর্ষণ কবে» এই বিলাকৰ বাট সুগম, পিছল, আৰু লগে লগে আনন্দ দায়ক । যিবোৰ কাম তোমাৰ শাবীবিক মানসিক আক আধ্যাত্মিক উন্নতিৰ বাধা, যাঝেব কামক সমাজ আৰু, _ আইনে বেয়া বুলি কয়, সেই বিলাক কাম সহজ আক ক্ষণিক তৃপ্তি দায়ক হলেও, বিৱেকৰ আদেশ মতে সেই বোৰ নকৰাই আত্ম সংযম | ই চৰিত্ৰৰ ভেটি | এই গুণৰ অভাৱত মানুহ, ঘৰ আৰু দেশ বসাতললৈ যায় ৷ আৰু সেই গুণৰ বলত মানুহ, ঘর আৰু দেশ দোপত দোপ ওপৰলৈ উধায় | ইয়াৰ অভাৱে সমাজত পাপ আৰু বিশৃঙ্খলতা সোমাবৰ জুবিধা দিয়ে, নীতি, ধৰ্ম্ম৷ আৰু মনুষ্যত্ব অখতব কৰে | তিৰোতাই প্রত্যেক ঘৰ আৰু লগে লগে সমাজ আক দেশৰ ধবণী, তেওঁ লোকেই আত্ম সংযমৰ aid] ঘৰ আৰু দেশ শৃহ্থলিত আৰু পবিত্ৰ ৰাখে | যেতিয়া নাৰী জাতিব ভিতৰত সেই wie অভাৱ হয়, তেতিয়। ঘৰ আক দেশ ৰসাতললৈ যায় | এতিহাসিক সকলে কর যে প্রথম ফৰাচী বিপ্লৱৰ সময়ত ফৰাচী দেশত তেনে এটা! অৱস্থাৰ we হৈছিল--সমাজৰ প্রত্যেক শ্ৰেনীৰ ভিতৰত পাপ আৰু ব্যভিচাব ববকৈ 'সোমোইছিল আক তিৰোতাব চৰিত্ৰত সংযমৰ ববকৈ অভাৱ হৈছিল। দাম্পত্য প্রণয়ক