সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

=

মাতৃজাতি ১২৩

যি সুখ দিয়ে সেই স্থখতকৈ eal জীৱনে বেছি সুখ দিয়ে।

তোমাব Mot! আছে, মোৰ নাই; তোমাৰ ay ঘৰ আছে, তাব পৰ৷ তুমি পলাই আহিছা, কিন্তু তেনে ঘৰৰ পবা খেদি দিয়াইহে মই ভ্ৰমণ কৰিবলৈ বাধ্য Carell তোমাব নিজব অৱস্থাত তুনি সন্তুষ্ট হৈ থাকা, তুমি যদি মোব অৱস্থা ভালকৈ জানিলাহেঁতেন, তেনেহলে তুমি মোৰ দৰে হবৰ হাবিলাষ নকৰিলাহেঁতেন 1” দূৰৰ পৰ্ব্বত দেখিবলৈ শুৱনি, ওচৰলৈ গলেহে তাৰ প্রকৃতৰূপ প্রকাশ হয়। পুক- ষব কৰ্ম্মক্ষে্ৰত অৰিয়াঅৰি কবি যশস্তা৷ লোৱা তিৰোতাৰ কথ! শুনি তুমিও তেনে হবলৈ বাঞ্ছ৷ কৰা! স্বাভাৱিক, কিন্তু তেওঁৰ কি আসোরীহ, কি মনস্তাপ, কি Peete) আৰু কিহৰ অভাবে তেওঁক উত্ৰাৱল কৰি তোলে, সেইটো তুমি জানা সম্ভৱ নহয়, জানিব পাৰিলে তেনে যশস্তা লভিবলৈ কেতিয়াও বাঞ্ছ৷ নকবিলাহেতেন।

হিন্দু তিৰোতাৰ প্রকৃত আদৰ্ণ কি ইয়াৰ আগতে capa হৈছে ৷ পুৰণি কালৰ স্থূলভ্য ৰোমান সকলৰ মতে ঘৰত বহি সুতা কটা তিৰোতাৰ প্রধান কাম। তিবৌতা কেৱল- মাত্ৰ পুৰুষৰ বিলাসৰ সামগ্রী বা ঘৰ সজোৱ৷ সুন্দৰ aw নহয় ৷ তিৰোতাৰ নিজৰ এটা স্থুকীয়| বৈশিষ্ট্য আছে, CARL বজাই ৰাখিব লাগিব। বর্তমানে আমাৰ দেশৰ তিৰোতাৰ প্রগতিৰ উদ্দেশ্য এই,_যে তিৰোতাক মতাৰ দবে সমান ভাৱে শিক্ষিত কৰিব লাগিব যাতে মতা-মাইকীৰ