সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কম-বেছি, আক. পাৰিপাৰ্শ্বিক অৱস্থাই মানুহৰ কামকৰা৷ শাক্ত আৰু কাম কব! ক্ষেত্র 'বেলেগ কৰে । ডাক্তৰে, উকীলৰ কাম কৰিব নাজানে; উকীলে ডাক্তৰৰ কাম কৰিব নাজানে, Tae fils কাম কৰিব নোৱাৰে ৷ সেইবাবে কামত ভেদাভেদ থাকিবই ; কিন্তু--প্রকৃতপক্ষে কাৰে| কাম হীন নহয় | ৰাজ্য ৰক্ষাৰ বাবে উপযুক্ত ৰজাৰ যিমান আৱশ্যক, কৰদ্াতাৰ স্বাস্থ্য ৰক্ষাৰ বাবে মেতৰৰে| সিমানেই আৱশ্যক | © কোনোটো নহলে সমাজ নচলে ৷ সেইবাবে সমাজ আৰু দেশ ৰক্ষাব্বাবে উভয়বে দৰকাৰ আৰু si কাম হীন নহয় | মতা আৰু তিৰোতাব শৰীৰ গঠনৰ পাথক্য সকলোৱে, স্বীকাৰ কৰিব | য়েনেকৈ মতাই তিৰোতাৰ সকলো কাম

কৰিব নোৱাৰে, তিৰোতায়েো৷ সকলে৷ সময়তে সকলো কাম:

সমাধা কৰিব নোৱাৰে | ঘৰখন স্থচাকৰূপে চলোৱ৷৷ _ যেনে গুৰুতৰ, বাহিৰত জীৱন-যুদ্ধত জয়ীহৈ ঘৰখনৰ খৰচ যোগোৱাও তেনে গুকতৰ ৷ ছুয়োটা সমান -কাম,--ইটো| নহলে সিটে| নচলে তাক. সিটো নহলে ইটো৷ নচলে ৷ ‘বিশেষকৈ আগতে কোৱা হৈছে যে, জাতি এটাৰ ভবিষ্যত সেইজাতিৰ তিবোতাসকলৰ ওপৰত ‘নির্ভৰ কৰে আৰু- £সইবাবে তিৰোতাৰ কাম মতাৰ কামতকৈ বেছি গৌৰৱৰ আৰু বেছি দায়িত্বৰ । তিৰোতাই ঘৰৰ ৰাণী, সেইবাবে সেই কাম- এৰি সংসাৰক্ষেত্ৰত পুৰুষৰ লগত সকলো ক্ষেত্ৰতে প্রতিদ্বন্দিতা, কৰাৰ লাভ বা আৱশ্যাকত৷ কি ? মানুহটোৰ