১১৬ মাতৃজাতি
ক্ষতি নহয় ববং খাওঁতাজনেও খাবলৈ বহি বং পাব। এবাৰ ঘব-চোতাল বস্তু-বাহানি পৰিপাটিকৈ বখা। অভ্যাস কৰিলে তুমি অপৰিপাটি ঘৰত থাকিব নোরাবা Bal! ঘৰ সজোৱাও কলাবিদ্যাৰ (art) অন্তৰ্গত। ঘৈণীয়েই ঘৰৰ am; তেওঁ এইবোৰ নিজ হাতে কৰ| উচিত । ইংৰাজ সকলব বব ধনী আক মানীজনৰ থৈণীজনীয়ে এইবোৰ কাম নিজ হাতে কবি গৌবরহে অনুভব কৰে, লাজ নাপায় । এই বিষয়ত আমি তেওঁলোকৰ আহি লোৱা৷ উচিত |
তিৰোতাই চাকৰি কৰ| আৰু সন্তানৰ ওপৰত তাৰ ফল-_- আজি কালি স্কুলকলেজত পঢ়া ছোৱালীয়ে মাষ্টবণী wigan হবলৈ হাবিলাষ কৰে । লৰা-ছোৱালীৰ মাকব পক্ষে চাকৰিত সোমোৱা বৰ ছুখব. কথা; কাৰণ চাকবিব বাবে লবা-ছোরালীব ভাৰ চাকৰব ওপৰত দি যাব লগা হয় ৷ চাকৰ বা আন মানুহৰ লগত লবা-ছোরালী থলে, তাৰ কি ফল সহজে অনুমান কৰিব পাৰি। মাউৰা লবা-ছোরালীক আনে পুতৌ কৰে-_কাৰণ সিহঁত কৃপাৰ পাত্ৰ; তেনেহলে ইচ্ছা কবি বা টকাৰ লোভত লবা-ছোরালীবোবক ৬৭ ঘণ্টা নিতৌ SA কৰা কেনে ছখব কথা ভাবি চাব৷ ৷ লবা- ছোৱালীক সকতে মাক-বাকেৰ চকুৰ আগত ৰখা ভাল। অৱশ্যে যদি বাপেকে মাকৰ কামটো কৰে তেনেহলে বেলেগ কথাঃ তথাপি বাপেকৰ, যত্ন মাকৰ যত্রতকৈ বহুত বেলেগ।