সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1/০

জন্বন্ধে বিশদভাবে বুজাই দিয়া হৈছে। সতীত্ব আক নাবীত্ব ইত্যাদি সুন্দৰ বহুমূলীয়া শাস্ত্রীয় ঘটনাৰ উদাহবণেবে পুথিখনি aie সুন্দৰ কৰি তুলিছে। সহজ আক সৰল অসমীয়া ভাষাৰে শ্লোক বিলাকৰ ভাঙনি কৰি দিয়াত আক অনুপম হৈছে। গোসীই বাপাই নিজৰ বহল সংসাৰ এখনিৰ বোজা কান্ধত লৈ, ওকালতিৰ কঠোৰত| আক মোকৰ্প্পমাৰূপী বিষাক্ত বতাহৰ মাজত থাকিও তাবা, চৰিত্ৰ গঠন, ইলিয়াড আৰু মাতৃজাতি নামৰ পুথি কেইখান লেখি সাহিত্যৰ শীতল সৌত অজনৰ বাবে বাইজৰ আশীর্বাদ পাব বুলি আশা কৰে] ৷ এনে ধৰণৰ পুথি এখন আমাব মাজত বিশেষ আৱশ্যক হৈ পৰিছিল ।. এতিয়| এই পু‘থখনিয়ে আমাৰ সেই অভাৱ পূৰাব বুলি ভাবি অশেষ আনন্দ পাইছে আমি আশা! কৰো! এনে পুথি এখনি আমাৰ ভনী সকলে আগ্ৰহেৰে পঢ়িলে বিশেষ লাভ হব। এ তয়| আমাৰ সমাজত কম বেচি বুলও পোন্ধৰ ষোল বছৰ বয়সত স্বামী ঘৰলৈ যোৱ৷ বহুত ছোৱালী আছে। সেই সকলে এনে ধৰণৰ একোখনি কিতাপ পঢ়িবলৈ পালে অনেক, শিক্ষা লাভ কৰিব পাৰিব বুলি আমাৰ আশ|। এনে এটি অভাৱ পূবোৱা ৷ বাবে Saya গোসীই বাপাক অন্তবেবে নশলাগি নোৱাৰে আৰু অসমীয়া আই সকলব পৰাও বিশেষ ধন্যবাদ পাব বুলি অশা কৰিলে৷ ৷ গোটেই পুথিথনিৰ ভিতৰত মই বিয়াৰ আধ্যাটো পৰি বেচি ভাল পালে।। সচীকৈয়ে সৰু সৰু ছোৱালী বিলাকে বিয়াৰ পবা যে তেওঁলোকে কিমান ডাঙৰ এটা পৰিবৰ্ত্তনৰ বাটত খোজ লয় তাৰ ভূ কে নাপায়। কিন্তু গোসীই বাপাৰ এই স্বচেষ্টাই তেওঁবিলাকৰ মনত বিয়াৰ এটি