সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১০ মাতৃজাতি

নকৰিব| | সস্তা হলেও অদৰকাৰী বস্তু নিকিনিবা ৷ আজি নালাগে, কিন্তু কেতিয়াবা লাগিব পাৰে এই ভাবেৰে অদৰকাৰী বস্তু কেতিয়াও নিকিনিবা ৷ বাকী কৈ মাল কিনিলে মানুহে বহুত সময় অদর্কাবী মালো কিনে আৰু বাকীকৈ মাল আনিলে প্রায় দোকানীয়ে নগদে কিনাতকৈ বেছি দাম ধৰে। নগদ পইচাৰে মানুহে যেতিয়া| মাল কিনে তেতিয়| বহুত ভাবি চিন্তি কিনে, কাবণ তেতিয়াক “তেতিয়াই হাতব পৰা| টকা উলিয়াই দিবলৈ টান পায়, বাকী কৈ বস্তু অনা ধাৰ কৰ| একে কথা ৷ ঠিক সময়ত বাকী আদীয় কবি দিব নোৱা'ৰলে বহুত সময়ত মহাজনৰ -বেয়| কথা শুনিব লাগে। নগদ দি আনিলে মানুহে oe “চাবি দিন অভাৱত অসুবিধা ভোগ কৰিব লাগিলেও অস্ুবিধাকে ভোগ কৰা ভাল । খোৱা| লোৱা বস্তু একেলগে বেছিকৈ আনিলে দাম কম হয়, আক বহুত সময় বঙ্গ হয়, ‘অৱশ্যে যদি খবচ কৰাত হিচাবী হোৱা ৷ বেহিচাবী হলে সন্তাকৈ কিনিলেও বেছি খবচ পৰে ।

ধাৰ কব|--সকতে পট়িছিলে, “স্থুখ নাই স্থুখ নাই ক’তো ধকরাব অনুমাত্র সুখ নাই চিৰ কগীয়াব !” ঘিমানেই বয়স হৈ আহিছে, সিমানেই এই কথা ফাকি যে অত Adi, ‘তাক বুজিব লাগিছে৷ ধকবা মান্তুহব অলপো স্থখ নাই, সদায় মনত ভয়, সদায় অপমানৰ আশঙ্ক।। ধকৰা হলে fora জীৱন কটাব নোৱাৰি, আক ধৰুৱা মানুহে বহুত সময় অপমান