oil = মাতৃজাতি ১০৯, আক ফলত গৈ অপব্যয় হয়। অন্যায় খৰচৰ তালিকা বহুতো দিব পাবি। মুঠতে খৰচ নিয়মীয়াকৈ কৰা আৰু যাতে কোনো বস্তু লোকচান নহয়, সেই বিষয়ত সাৱধান হোৱ৷ tea প্রধান কর্তব্য ৷ 3 ... সকলোবে মতে গৃহস্থৰ আয়ৰ চাৰি ভাগৰ এক ভাগ ভবিষ্যত আপদ-বিপদৰ বাবে সীচিব লাগে । কিন্তু বর্তমানে নানা ৰকম কাবণে আমাৰ ধোবাখুলীয়া অসমীয়া, জাতিৰ ‘বেছি ভাগৰে খৰচ ইমান বাঢ়িছে যে চাৰি ভাগৰ এক ভাগ জম| কৰি থব ক’ত আয়ৰ চাৰি ভাগৰ এক ভাগ ধাৰ কৰিহে খবচ চলাব লগাত পৰে। ইয়াৰ এটা কাৰণ নতুন নতুন অভাৱ স্থষ্টি । তাত বাদেও আমাৰ অৱশ্যে হাত নোহোৰ৷ ws বাজনৈতিক কাৰণ আছে। সেই বাবে পাধ্যমানে _ ৰান্ধনি চাকৰ নাৰাখি সাৱধানে খৰচ কৰি, আৰু বোৱন- কাটন কৰি বিলাসত এটি পইগও অপব্যৱহাৰ নকৰি, তোমাৰ মবমব লবা-ছোরালীব চিকিৎসা. আৰু পঢ়া আদি খবচব বাবে শক্তি মতে টকা ৰাহি কৰাৰ চেষ্টা কবা উচিত। মিতব্যরী হোৱাৰ উপায়-- সংসাৰত মানুহৰ প্রকৃত _ অভাৱ বব কম, কেৱল দেখাক দেখি, আনক অনুকৰণ কৰি বহুত মিছা মনে ol অভাৱ we sai) মানুহৰ অভাৱ কিমান ,কম মহাত্মা গান্ধীৰ পিনে চালেই তুমি বহুত বুজি পাব৷ ৷ নতুনকৈ অভাবৰ ee নকৰিব| যি বস্তু নোহোৱাকৈ ইমান দিনে তুমি চলি আহিছা, সেই বস্তুৰ প্রতি ধাউতি,
পৃষ্ঠা:মাতৃজাতি.pdf/১২৫
অৱয়ব