সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮

অৱস্থা বুজিহে খৰচ কৰিব লা

মাতৃজাতি

[গে। প্রায় প্রত্যেক Wo

সাধাৰণ খবচ খিনি ঘবব ঘৈণীৰ হাতেৰে হয়, সেই বাবে ঘৰৰ ঘৈণী জনীয়ে, যত্ন কৰি খবচ কমোৱাৰ চেষ্টা কৰা উচিত | এই বিষয়ে বঙালী তিবোতা৷ অসমীয় তিৰোতাতকৈ

বহু গুণে শ্ৰেষ্ঠ । সেইবাবে এই বিবয়ত তেওঁলোকক সকলোৱে

অনুকবণ কব| উচিত 1 ঘৰৰ কমাবলৈ ইচ্ছা নকৰিলে মতা খৰচ কমোৱ| আকু বঢ়োৱ

ঘৈণী জনীয়ে ঘৰুৱা খৰচ মানুহৰ পক্ষে সি অসম্ভৱ বি বিষয়ে প্রথমে এটা কথ।

মনত ৰাখিব লাগিব, ৷ কিছুম নকৰিলে উপাই নাই। হাতত

কৰি কাৰব লাগিব যেনে, কেচুৱাৰ গাখীৰ, বেমাৰীৰ দৰৱ আক পথ্য, লাজ আগুবা কাপোৰ হত্যাদি, আৰু কিছুমান খবচ আছে নকৰিলে চলে, সেই খৰচ নকৰিলে কোনে| হানি বিঘিনি নহয়--যেনে বিলাসিতা চিনেমা প্রভৃতিত কৰা| খবচ, শ্রাদ্ধ, বিয়া প্রভৃতিত কৰা

বাজে খবচ। সেইবাহে পিছত

মতে কমাব লাগে, কিন্তু আগত cee ৰকমৰ নোৱাৰি । সাধাৰণতঃ আমাৰ ৰান্ধনি ঘৰত বে

ন খৰচ কৰিবই লাগিব, পইচ| নহলেও লাগিলে ধাৰ

তোমাৰ , থিয়েটাৰ

কোরা ৰকমৰ খব্চ সাধ্য খৰচ কমাব ছি অপব্যয়

হয়, চাবি-পাঁচ জন মানুহৰ ভাত বাদ্দিলেও অন্ততঃ এজনৰ ভাত চুরনি পাতটৈ যায় ই কেৱল ঘৈণীৰ এলাহ, আৰু

অৱহেলাৰ পৰা হয় ৷

ৰান্ধনিয়ে অলপ অলপকৈ কেবা বাৰে৷

‘ভাত দিয়াত বেজাৰ পাই, একেবাৰে পাতত বহুত ভাত দিয়ে