তাত বুদ্ধি আৰু যথেষ্ট পৰিশ্রম, খটাব লাগে। যি খাগ্ত yal, সোৱাদ শৰীবৰ উপযুক্ত পুষ্টি সাধন কৰে। আৰু তৈয়াৰ কবেশতে বৰ বেছি সময় নালাগে সেয়ে আমাৰ ছুধীয়া দেশৰ উপযুক্ত AT! এনে ATT সংখ্যা যিমানেই বুদ্ধি খটাই বঢ়াব পাবা সিমানেই ভাল । তেনে কবিব লাগিলে প্রত্যেক বস্তুৰ দোষ গুণ, ইটোৰ লগত সিটে! fo হলে উপকাৰী হয় নে অপকাৰী হয়; ইত্যাদি ভালকৈ জানিব লাগিব ৷ এই বিদ্যা সকলো তিৰোতাই ভালকৈ জনা উচিত। ৰান্ধিব জনা মানুহক সকলোৱে আদৰ কৰে আক ঘৰব মানুহ সহজে তেওঁৰ বশ হয়। ভাত ৰন্ধা অপমানৰ বা অগৌবরব কথা নহয়, ৰাজবাণী দ্ৰৌপদীয়ে নিজ হাতে ভাত ৰান্ধিছিল। আজিও অসমীয়| পুৰণি ঘৰ বোৰত যাকে তাকে চক চুব নিদিয়ে; ঘৰৰ বোৱাৰী বোৰকে| কিছুমান দিন পুৰণি হলেহে চৰু চুব দিয়ে আৰু সাধাৰণতঃ এই বাবটে। ঘৰব বয়সীয়া তিৰোতাৰ গাত হে গান বাজান৷ জনা ভাল, কিন্তু ভালকৈ বান্ধিব জনা তাতোকৈ ভাল--উভয়কে, ভালকৈ জন| বৰ ভাল। কিন্তু ভালকৈ ৰান্ধিব নাজানি গান বাজানা ভালকৈ জনাৰ আমাৰ Baal দেশত কোনো. মূল্য নাই। মেজ এখন ঘবত থাকিলেহে মেজব কাপোৰ লাগে, মেজ নহলে মেজৰ কাপোৰেৰে কি কৰিব৷ ? মেজ আৱশ্যকীয়, মেজব
পৃষ্ঠা:মাতৃজাতি.pdf/১১৬
অৱয়ব