| = মাতৃজাতি ৯৯
যে নীঘ্ৰে নাচগানত শ্রেষ্ঠত্ব লাভ কৰিব তাত কোনো ই শর নাই; কিন্তু তাব লগে লগে, নিতৌ কামত লগ৷, যাৰ ওপবত মানুহৰ জীৱন, মৰণ, আৰু স্বাস্থ্য নিৰ্ভৰ কৰে সেই ৰান্ধন-বাঢ়ন কল! বিদ্যাৰ প্রতি তেনেৰপ হোৱা হলে ‘আমাৰ এই ছুখীয়। দেশখন ধনে-প্রাণে বক্ষ পৰিলহেঁতেন ৷ সেই ভাত wal বিদ্যাটে| বহুতে হেয় বুলি ভাবে, তাৰ বাবে ধাউতি বৰ কম কিন্তু সঙ্গীত বিদ্যাত ধাউতি বৰ bl. তাৰ কাৰণ সম্ভৱতঃ গান বাজনাত পাবদর্শী হলে ভা সমিতিত ধন্যবাদ, “মেডেল” ছাৰ্টিফিকেট্ পুৰস্কাৰ পোৱাৰ আৰু বাতৰি কাকত আৰু আলোচনীত নাম আৰু ফটো ওলোৱাৰ আশা থাকে ৷ যি সকল লোকে সদায় দেশৰ মঙ্গলৰ বাবে চিন্তা কৰে তেওঁলোকে বন্ধা বঢ়াৰ প্রতি- [যৌগিত| পাতি যদি আমাৰ ছোৱালী সকলক উৎসাহ ৷ দিলেহেঁতেন, তেনেহলে এই দুখীয়া জাতিটোৰ ধনে প্রাণে 1 ৰক্ষা পৰাব এটা উপায় হলহেঁতেন । আই, তোমালোকৰ মহিলা, সমিতি বোবো॥ এই বিষয়ে Born হোৱা উচিত; frat আৰু গানৰ ক্লাচ খোলাতকৈ ই বহু গুণে ‘আৱশ্যকীয় | মাকসকলে নিজে ভাত বান্ধিলে ছোৱালী- | বোৰক বন্ধ! বঢ়| শিকোৱাৰ ক্লাচৰ, আৱশ্যই নাই ॥ মহিলা! লমিতিবোবে ছোৱালী বিলাকৰ ভিতৰত সেই বিষয়ে প্রতি- ঘোগিতা পাতি উৎসাহ দিলেই যথেষ্ট ৷ _
এই বিদ্যাত nari হোৱাও বৰ সহজ কথা নহয় £