৯৮ মাতৃজাতি
বহুতে আকৌ বন্ধা বস্তু যোগাৰ কৰাৰ বাবে অলপ যত্ন নলয়। শাক পাচলি বাচিবৰ ভয়ত বাবীত হোরা শাক পাচলি এৰি বজাবব পৰা ধন ভাঙি কিনি অনা আলুগুটিক শ্ৰাদ্ধ কৰে ৷ বঙালী তিৰোত৷ সকল এই বিষয়ে ধন্তবাদৰ পাত্ৰ। তেওঁলোকে VATS বৰ যত্ন লয় আৰু অসমীয়া আই সকলে অদৰকাৰী বুলি পেলাই দিয়া বহুত তৰকাবিৰ বাকলি প্রভৃতিৰে কম খবচতে মুখত সোৱাদ লগা waste তৈয়াৰ কৰে । বুদ্ধি খটালে আৰু পৰিশ্রম কৰিলে৷ নতুন নতুন তবকাবিব Ae কৰা সম্ভৱ। ভালকৈ বান্ধিব জানিবৰ নিমিত্তে বহু যত্ন আক বুদ্ধিৰ আৱশ্যক ৷
ভাত বন্ধাও স্বুকুমাৰ কলাৰ অন্তর্গত; নাচ-গান আক ছবি অঁকাই একমাত্র সুকুমার কলা নহয়। সেইবাবে ইয়াত পাকৈত হবৰ নিমিত্তেও জীয়বী : বোৱাৰী সকলোৰে A কৰ| উচিত ৷ আজি কিছুদিনৰ পবা আমাৰ চহৰে চহৰে ছোৱালী সকলৰ ভিতৰত wea কল! বা! আটব: প্রতি বৰ ধাউতি দেখা, গৈছে;, কিন্তু এই পিনে ধাউতি বঢ়াৰ লগে লগে ভাত ৰন্ধাৰ প্রতি ,অৱহেলাটো বাঢ়ি অহা৷ দেখা যায়। ঘৰে ঘৰে হাৰমনিয়ম, বেহেল|৷, এছবাজৰ Se ae তাৰ, ওপৰিও বহুত মাক-বাপেকে শিক্ষক ধৰি অকাতৰে টকা খৰচ কৰি, ছোৱালীক সেই বিষয়ে পাকৈত কৰাৰ চেষ্টা কৰিব ধৰিছে। কামৰূপৰ কামাখ্যা মাইৰ দেশৰ আৰু উষ|- চিত্ৰলেখাৰ দেশৰ ছোৱালী সকলে
og