৯৪ মাতৃজাতি
চাকৰ বামুণ--যদিও ব| সেই চাকবিআলৰ ql বৌ প্রভৃতিয়ে ঘৰত বহুত মানুহৰ ভাতপানী বন্ধাবে পৰা! আৰম্ভ কৰি ঘৰৰ সকলে! বনকে নিজ হাতে কৰে । গাভৰু বা BOM কোনে| ৰকম বেমাব-আজাৰ নোহোয়াও ছুই, চাবি জনব কাম-বন নিজ হাতে নকবি ৰান্ধনি বামুণ বাধি qi ane অনর্থক টকা খবচ eal বাস্তবিকে বৰ শুভ লক্ষণ নহয় | ই অধঃপতনৰ চিন মাত্র ৷ তথাকথিত শিক্ষিতা থৈণী সকলৰ কিছুমানে fae হাতে _
ভাত-ৰন্ধ৷ বা ঘবৰ আন সক সক কামবোৰ কৰা অসন্মানৰ কথা বুলি ভাবে আক লাহে লাহে বহুতৰ মনত এটা কুসংস্কাৰ হব ধৰিছে যে ভাতবন্ধাব পৰ৷ স্বাস্থাহানি হয়। কিন্তু প্রকৃত পক্ষে ঘৈণীয়ে অকলে আনৰ সহায় নোলোৱাকৈ ধিখিনি ঘৰৰ কাম নিজে কবিব পাবে তাক নিজে নকৰি আনৰ হতুৱাই 'কৰোৱ| বৰ. অগৌববৰ বিষয়। তাত বাদে ঘৰৰ কামত সদায় ব্যস্তহৈ থাকিলে তোমাৰ মনো ভালে
. থাকিব আক স্বাস্থ্যও ভালে থাকিব, তাৰ উপৰি বহুত খবচো কমে । এলাহে শবীৰ আৰু মন উভয়কে নষ্ট কৰে, qa কামত সদায় ব্যস্ত হৈ থাকিলে বহুত বেয়া চিন্তা আক ভাৱনাৰ, হাত সাবিবা | মানুহৰ জীবন কৰ্ম্মময় । জীরাই থকা মানে কাম কবিয়েই থাকিব লাগিব।
_ ঘৈণীয়ে যেতিয়া নবিয়া বা বন বেছি হোৱাৰ বাবে বা
% আন, কোনো কাৰণত ঘৰৰ সকলো কাম নিজে কৰিব