সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাৱঁলীয়| দুখীয়াৰ ঘৰতে৷ সোমাল | বেছি wel পোৱ৷ বিষয়াই যিবোৰ বিলাসব বস্তু তেওঁৰ ঘৈণীয়েক আক জীয়ে- কব বাবে ষোগাব পাৰে সেই বস্তু যোগাওতে ৩০ টকীয়| কেৰাণীৰ atte ভোগ বিলাসৰ দৌৰ যেতিয়া আৰম্ভ হব তাৰ আক শেষ নাই,, নিতৌ নতুন | তাৰ পিছত শীত প্রধান দেশত পাউদাৰ নহলে জাৰৰ কোবত মানুহৰ গাল-ওঠ ফাটে; গাৰ চামবা বোকো সদাই কাপোবব তলত থকাই TSI দৰে চেল চেলীয়। বগা হয়। সেই বাবে গালে ওঠে বং প্রভৃতি ব্যৱহাৰ কৰাৰ আৱশ্যক | শীত প্রধান ইউৰোপীয় দেশৰ কথা শ্বিলঙতো খাটে, কিন্তু গ্ৰীষ্ম প্রধান আমাৰ অসমত সেই- বোৰৰ কোনো আৱশ্যক নাই । আৱশ্যক, অনাৱশ্যক সেই ‘বিলাক বিচাৰ নকবি, নিজক ভাল দেখুৱাৰ উদ্দেশ্য আনক অন্ধ অনুকবণ কৰি আমি পাউডাৰ cal প্রভৃতি আমাৰ ঘৰত স্থুমাব ধৰিষ্টৌ। আৰু এটা কথ৷ অনাৱশ্যক বিলাসৰ বস্তুৰে| সদায় ব্যৱহাৰ কৰেণোতে Fare সি আবশ্যকীয় ‘হৈ পৰে। ১ আই! আমাৰ দৰে অৱস্থাৰ মানুহৰ পক্ষে ।বলাসত টকা খবচ কৰা! মহা পাপ। দেখাক দেখি পাউদাৰ, CHI প্রভৃতি ব্যৱহাৰ কৰাৰ বাহিৰে এইবোৰ লোৱাৰ আৱশ্যক ip মই ভাবি নাপাওঁ। আবিয়ৈ ছোরালী'বোবে ব্যৱহাৰ কৰাৰ এটা কাৰণ অনুমান কৰিব পাৰি কিন্তু বিয়া হৈ যোৱা আৰু বিশেষকৈ