সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৮ মাতৃজাতি

খিনি কাটি আনি তাবে বিলাসিত। কৰা হয়--ই কেনে দুখ লগা কথা ভাবি চাবাচোনে। তাৰ পিছত আৰু এটা কথা ভাবি চাবা_-যিবোৰ বিলাসৰ বস্তু৷ আমি ব্যৱহাৰ কৰোঁ|, তাবে বহুতে| বিদেশী | তাত খৰচ কৰা গোটেই কেইটি পইছা আমাৰ দেশব বাজলৈ ওলাই গৈ আমাক ছুখীয়া আক বিদেশীক চহকী কৰে । নিজৰ দেশত উৎপন্ন হোৱ| বিলাসব বস্তু এবি বিদেশত উৎপন্ন হোৱা বিলাসৰ বস্তু ব্যৱহাৰ কৰা দেশৰ আক নিজৰ উভয়ৰ পক্ষে অমঙ্গল জনক-| যি সকল লোকে নিজৰ দেশক ভাল পায়» তেওঁলোকে তেনে কৰ| বৰ অন্যায় | ১৯২১ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ ফলত আমাব দেশব মতা তিৰোত৷ উভয় সমাজৰ পবা৷ বিলাসিতা এক ৰকম উঠি গৈছিল, সকলোৱে মোটা খাদৰ ব্যবহাৰ, কৰিছিল | তাৰ ফলত আমাৰ দেশৰ পইছ| আমাৰ দেশতে ৰৈ গৈছিল আক মতা তিৰোতা উভয়েই স্থুতা কাটি গৌৰৱ কৰিছিল ৷ কিন্তু আজি" সি অতীত আৰু পাহৰণিৰ গৰ্ভত মাৰ গল, আজি সুতা কেৱে নিয়মমতে নাকাটে বুলি কলেও মোৰ বোধেৰে মিছা কথা কোৱ| নহব । অসমত /তৈয়াৰী খদ্দবেো| পোবা বৰ টান | যি৷সকলে খদ্দব পিন্ধে তেওঁলোকে ভাৰতৰ আন প্রদেশৰ বা মিলত তৈয়াৰী খদ্দৰ নামধাৰী মোটা কাপোৰ পিন্ধিবলৈ বাধ্য হৈছে | __ তাৰে| ফল বিদেশলৈ Bal পঠোৱ| তাৰ পৰা আমাৰ এক