মাতৃজাতি ৮৭
্ পিন্ধ৷-উৰ| কাপোৰ, তিবোঁতাৰ আৱশ্যকীয় গহন! প্রভৃতি, কিছুমান আমাব মানসিক উন্নতিৰ বাবে আৱশ্যক যেনে-- কিতাপ, কাগজ বাতবিকাকত প্ৰভৃতি আৰু কিছুমান বস্তু আমাৰ আধ্যত্মিক উন্নতিৰ বাবে আৱশ্যক, যেনে--সেৱা- ৰ পূজা তীৰ্ব-দৰ্শন, Mii প্ৰভৃতিৰ বাবে আৱশ্যকীয় টকা ais উপাদান বোৰ | এই বিলাক মানুহৰ আৱশ্যকীয়, 4%, ইয়াত বাদে যিবোৰ বস্তু শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উন্নতিৰ বাবে আৱশ্যক নহয়; সেই বোৰেই বিলাসব বস্তু । কি আৱষ্যকীয় কি অনাৱশ্যকীয় তাক সেই মানুহ জনৰ অৱস্থা৷ আকু সমাজৰ ঠাইৰ দ্বাৰা নির্ধীৰণ কৰিব লাগিব ৷ এক অৱস্থাৰ মানুহৰ পক্ষে যি নিতান্ত আৱশ্যকীয়, আন এক অৱস্থাৰ মানুহৰ পক্ষে সি অতি অনাৱশ্যকীয় আৰু বিলাসব বস্তু হব পাৰে ।
মুঠৰ ওপৰত যি বস্তু তোমাৰ অৱস্থাৰ মা ais যি 423 তোমাৰ আৱশ্যক "নাই সিয়েই বিলাসৰ ৷ বিলাসৰ বস্তু যথাসাধ্য বর্জন কৰাই ভাল । আগতে Carel যে জাতি হিচাবে আমি অসমীয়া মানুহ বৰ দুখীয়| বহুতৰ ডিঙি পধ্যন্ত ধাৰত তল Al! লৰ৷-ছোৱালীক সিহঁতৰ অতি প্রয়োজনীয় গাখীৰ, দৰব, পথ্য আদিকে capa নোৱাৰে, তেনে অৱস্থাত ধুন-পেচ মাৰি টকা আৰু সময়, নষ্ট কব| অতি পাপৰ কথ৷--লৰ৷ ছোৱালীৰ মূখৰ গাখীৰ