পৃষ্ঠা:মাটিৰ মালিতা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গানৰ মৌ উৰে
লা-লি হিলালী লাই...
চামাদি বহলাই
শিলুৱা হিয়াও
বহলাব পাৰা তুমি
সেনাপতি বলাই।

৬৬ মা টি ৰ মা লি তা