পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্বলা নাই চাকি কোঠাই কোঠাই
আমাৰ প্ৰাণ-পিতৃৰ
ৰক্তবৰ্ণ দানৱ ৰূপ চাবলৈ।
থাকিবনে ক’ৰবাত তোমাৰ পো-পোৱালি?
বুকুত হাঁহাকাৰৰ গজাল পুতি পুতি
বৈ যায় নিৰবধি কাল।

মা টি ৰ মা লি তা ৬৩