পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰং আৰু ৰূপ,
পঢ়াশলীয়া পুথিৰ কথাবোৰেই
পাহৰি যায় কবিয়ে
বিলাসৰ বিছনাত শুইবহি লিখা
শব্দৰ শৰীৰ হয় বৰ
আউললগা নিশকটীয়া
যেন কবিতাৰ
নেৰানেপেৰা অসুখ এতিয়া।

৫৬ মা টি ৰ মা লি তা