পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশেষৰ সীমাত
সিহঁতৰ জুহাল পথাৰ নাই
পৰ্বতৰ টিং
সাগৰৰ গৰ্ভ
মৰুৰ বুকুতো
চালি ধৰে গানৰ শিপাই।

চৰাই হ’ব পৰা হেঁতেন!

৪৮ মা টি ৰ মা লি তা