পৃষ্ঠা:মাটিৰ মালিতা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মজা, অনুজ আৰু পুত্ৰৰ চিতাভস্ম
সংসাৰী সন্ন্যাসীঙ্গ

সন্ধিয়া ⵓ

ৰান্ধনি বেলিৰ হেঙুলীয়া এবাটি পিও
দিনৰ শেষত
এবাটিতে নিশকটীয়া দেহ
থৰক্‌ বৰক্‌
বাঁহীৰ ফু-ফুটাত কোনোমতে
ওঁঠজুৰি লগাই
ওৰে ৰাতি তোমাৰ আৰতি কৰো।

৪৬ মা টি ৰ মা লি তা