পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কালঘাম সৰে
জৰ্‌জৰ্‌
মণিটো মঙহৰ বেহুত পৰ দিয়া
কেঁহৰাজী ওঁঠত ফুটে
হিয়ালি-জিয়ালি প্ৰাৰ্থনা
বৰষুণ
বৰষুণ।

মা টি ৰ মা লি তা ৪৩