পৃষ্ঠা:মাটিৰ মালিতা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেল বহিল
খেল ফালিল
নোলাল আপদীয়া বা ছাটিৰ পঁজাল
ভুলকৈ যি নুমুৱালে বুলি ভাবে
মাটিৰ চাকিটো।

৩২ মা টি ৰ মা লি তা