পৃষ্ঠা:মাটিৰ মালিতা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হালধীয়া আৰু নীলা পানীও
সেউজ হ’ল কেতিয়াবাই
শৰীৰৰ শিৰাৰে বৈ থকা
অ’ আমাৰ পিয়াহৰ নৈ
বাৰে বাৰে বন্দী কৰি
কিমাননো আৰু বুকুৰ পাৰ ভাঙ!

৩০ মা টি ৰ মা লি তা