পৃষ্ঠা:মাটিৰ মালিতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহু জটিল প্ৰশ্নৰ উত্তৰ
তেতিয়া
লাহি পাখিৰ
পখিলা এটাই উৰি আহি
গুণগুণোৱা নাছিল নেকি কাণে কাণে
‘জীৱন জীৱন বৰ অনুপম’

বুকুখন থওঁ ক’ত
শিলনিত
ক’ত থওঁ এতিয়া?

১৬ মা টি ৰ মা লি তা