পৃষ্ঠা:মাটিৰ মালিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিজান জাৰণিতে
থ’ব কবি
বাঁহীটি লুকুৱাই
সৰাপাতৰ নাচোনৰ
চেও গজিল
ভৰিত
হাতত
দেহত
জিল্‌মিল্‌ৰ ভু ল’বলৈ
দেৱ পেহা দেশান্তৰী হ’ল। ★

 

★ সমনীয়া জিল্‌মিল্‌ শৈশৱতে পানীত বুৰি ঢুকাল।

১৪ মা টি ৰ মা লি তা