পৃষ্ঠা:মাটিৰ মালিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেজলগা চিঞৰৰ
সাঁফৰ খুলিবৰ হ’ল
মহুৰা ফুৰাবৰ হ’ল কাজীতৰা
দেওধনী জকাৰ আগতে
এসোঁতা কান্দি ল’বৰ হ’ল।

 মা টি ৰ মা লি তা