পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰখৰ মেধা আৰু সম্ভাৱনাৰে উজ্জ্বল এটি জীৱনৰ
অধিকাৰী হৈ এইখন পৃথিবীলৈ আহিছিল
যদিও বিধাতাৰ বিচাৰত
যি একোকেই নেপালে
সেইজন মোৰ
ভাই
৺সুশীল কুমাৰ শৰ্মাৰ
স্মৃতিত
শোকাৰ্ত্ত প্ৰাণৰ
অশ্ৰু অঞ্জলি ৰূপে
পুথিখনি উছৰ্গা কৰা হ’ল।