পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


২২। হৰি বোল হৰি বোল আহে লোকাই।
 হৰি বিনে নাই গতি॥

(কীৰ্ত্তন ঘোষা, ১৫)

২৩। ৰাম কৃষ্ণ কহ নিতে।
 ভাই? ধৰি হৰিপদ চিত্তে॥

(কীৰ্ত্তন ঘোষা, ১৯)

২৪। ভাই! ৰাম কহ ৰাম কহ ৰাম মন্ত্ৰ সাৰ।
  তপ যপ যজ্ঞ যাগে সিদ্ধি নাহি আৰ॥

(কীৰ্ত্তন ঘোষা, ১৮৪)

২৫। অনাদৰি আনধৰ্ম্ম  মাধৱৰ জন্য কৰ্ম্ম
   শুনিবেক মহন্তৰ মুখে।
 জগত প্ৰসিদ্ধ নাম  কৃষ্ণ বিষ্ণু হৰি ৰাম
  লাজ এড়ি গাইবে মহা-সুখে॥

(নিমিনৱ সিদ্ধ, ৬২)

২৬। প্ৰকৃতিত আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম্ম।
 তুমিসি • স্বৰূপ পৰিপূৰ্ণ পৰম ব্ৰহ্ম॥

(কুৰুক্ষেত্ৰে, ৪৮৮)।


{{{1}}}