পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| প্ৰথম, দ্বিতীয়, তৃতীয় তানাদি পাতন), য, আম (তামত মথন), দশম, উদ্ধৱ সংবাদ, একাদশ, নিনি- নৰসিদ্ধ, দ্বাদশ স্কন্ধ, গুণমালা আৰু কুৰুক্ষেত্ৰ। ভাগৰ, পাপুৱা আদিৰকীৰ্ত্তন। ৰায়গৰ—টাকাণ্ড। মাৰ্কণ্ডেয় পুৰাণৰ হৰিশ্চন্দ্ৰ উপাখ্যান। হৰি বংশৰ --কণিী -হৰণ কাব্য। গৰুড় পুৰাণৰ--ভক্তি প্ৰদীপ। দ্ৰষ্টব্য :—কানো কোনোৱে তলত লিখা পৃথি কেখনো শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচিত বুলি কয়; কিন্তু সিবিলাক শঙ্কৰদেৱ ৰচিত পুথি নহয়। (ক) অনন্ত পুৰাণ। ) (গ) গড় পুৰাণ। এই কেখনত শঙ্কৰদেৱৰ ভণিতা (গ। বাম মালিকা) আছে। ঘ। জন্মনিৰ্ণয়।। এই দুখনত শঙ্কৰদেৱৰ ভণিতা (ঙ) গুপ্তমণি। নাই। গুপ্তমণিৰ ভণিত | “সনাতন"ৰ নাম আছে। আমি এই পাঁচ খন পুখি দেখিছো। (২) তলত নাম দিয়া পুথি কেখনো শ্ৰীশঙ্কৰদেৱ ৰচিত বুলি কয়। আমি এই কেখন পুথি দেখা নাই।