পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

কৃষ্ণৰ কিঙ্কৰে  ৰচিল শঙ্কৰে
  ডাকি বোলা ৰাম ৰাম॥

(দশম, ১২৭৯২-১২৭৯৩)

৪৫। কৃষ্ণৰ কিঙ্কৰে  কহয় শঙ্কৰে
 নেড়িবা মুখত নাম।
 আলাসক এড়ি   সম্যজ্য়ায়ে বেড়ি
 ডাকি বোলা ৰাম ৰাম॥

(কীৰ্ত্তন, ১২৮৬)

৪৬। কৃষ্ণৰ কিঙ্কৰে ভণে।
 শুনিয়োক সৰ্ব্বজনে॥
 মাধৱৰ জন্ম কৰ্ম্ম॥
 অতপৰে নাহি ধৰ্ম্ম॥
 অদ্যপি নোপজে বুদ্ধি।
 কলিযুগে মহৌষধি॥
 কৃষ্ণ ৰাম নাম বাণী।
 কেনে হেলা কৰা জানি॥
 যত তপ তীৰ্থ স্নান।
 আৰু যত মহা দান॥
 কেহো নোহে আক সৰি।
 ডাকি বোলা হৰি হৰি॥

(কীৰ্ত্তন ১৩৩১-১৩৩৩)