পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। কয়ল কলি দেখো একাকাৰ।
 পাপ-পুণ্য কিছু নাহি বিচাৰ॥
 মলমতি লোক অবহু নাহি জানি।
 নাহি নাহি বিনে শাৰঙ্গপাণি॥
 চিন্তহু হৰিক ছোড়হু সৱ আশ।
 হৰিনামে কৰু সুদৃঢ় বিছোৱাস॥
 ধৰমক উপৰি ৰাজা নাম।
 কৃষ্ণ কিঙ্কৰ কহ বোল ৰাম ৰাম॥

(মুক্তিমঙ্গল পাঃ হঃ নাট)

১১। যত তপোধৰ্ম্ম বেদ বেদাঙ্গ।
 হৰিনাম বিনে নাহি সুসাঙ্গ॥

(কীৰ্ত্তন, ১০১)

১২। পালন প্ৰলয় স্ৰজন জগতক
 জাকেৰি পৰম বিহাৰ।
যাকু নাম ধৰি অধমা পাপী
 পাৱত ভৱ-নদী-পাৰ॥

(ভট্টিমা কেঃ গোঃ নাট)

১৩। হৰিসে আতমা হৰিসে বন্ধু।
 তৰি হৰি নামৈ সংসাৰ সিন্ধু॥

(কীৰ্ত্তন ঘোষা, *৮৬)