পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মহাপুৰুষ শঙ্কৰদেৱৰ বাণী ১৪) ১৮। ওঁ হৰি দেহু দৰিশন শিৱ সনাতন তোমাৰ চৰলৈ ধৰে। তুৱা গুণ নাম ছাৰি আন কান কৰিয়া মিছাতে যাবো। (কীৰ্ত্তন ঘোষা, ৫৪) ১৯ | মনৰ লগত ভৈলা বুদ্ধিহত মায়াৰ নাপাইলো পাৰ। মই দুৰাশয় | জানি কৃপাময় আপুনি কৰা উদ্ধাৰ ভকতি সাঞ্চিবো যিমতে বঞ্চিকো সংসাৰ তাপ দুৰ্ঘোৰ। দিয়ে উপদেশ | ছে হৃষীকেশ হৃদয়ত থাকি ৰে। (দ্বাদশ, ১৫২-১৫৩ ২০। “মনিন কৰা কৃপা ভৃত্য সম্প্ৰতি। তুমি বিনা নাহি আন গতি। কীৰ্ত্তন ঘোষা, ২৩) ২১। ওঁ হৰি ৰাম নাৰায়ণ। যাদৱানন্দন দুৰ কৰা মোৰ মায়া। বিষয় ব্যাধিৰ। ঔষধ মাগো ভকতি অমিয়া। (কীৰ্ত্তন ঘোষ, ৩)