পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

(কীৰ্ত্তন, ৬৫৩)

২। হৰি ও হৰি ৰাম মুৰাৰি।
 কীৰ্ত্তনৰ নিন্দা সহিতে নাৰি॥

(কীৰ্ত্তন ঘোষা, ৮)

৭১। নেড়িবা কীৰ্ত্তন দুষ্টৰ বোলে।
 পবিত্ৰ কৰা হৰি হৰি ৰোলে॥

( কীৰ্ত্তন, ৮৭)

২২। ৰাম কৃষ্ণ কহ নিতে।
 ভাই! ধৰি হৰিপদ চিত্তে॥

(কীৰ্ত্তন ঘোষা, ১৯)

২৩। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে।
 জানা চিৰকাল দেহা নৰহে॥
 কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি।
 বোলা হৰি হৰি একান্ত মতি॥

(কীৰ্ত্তন, ২৭৪)

২৪। কৃষ্ণৰ কিঙ্কৰে ভণে  শুনিয়োক সৰ্ব্বজনে
 স্থিৰ বুদ্ধি কৰি গুণা মনে।

১০