সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নলদময়ন্তী |

অতি পুৰনি কালত নিষধ বাজ্যত বীৰসেনৰ পুতেক নল বজা আছিল। তেওঁ মহা গুণী, জ্ঞানী, জিতেন্ৰিয়, স্থুন্দৰ, যশস্বী, তেজন্বী অক. ধীৰ স্বভাৰ্ৰ আছিল।

নিষধ ৰাজ্যত নল যেনেকুৱা, বিদর্ভব ভীম wate ঠিক তেনেকুৱাই আছিল। তেওঁৰ এটা জীয়েক আছিল, নাম দয়মন্তরী। দযমন্ত্তী ৰপত দেৱতা, যক্ষ, মানুহ আটাইৰে অনুপমা আছিল। তেওঁ Aga পৰা সখী সকলৰ লগত উমলি ফুবিছিল। আক সখীয়েক ইতেও সদায় নলৰ কথা দসয়স্তিক কৈছিল আৰু নলৰ ৰূপগুণৰ কথা শুনি তেওঁৰ মনত নলব প্রতি অনুবাগ'ঙ্গন্মিল ;

নলেও বহুত দিনৰ পৰা দময়স্তীব ৰূপ গুণৰ কথা শুনি আছিল, আক দময়ন্তীৰ নিমিত্তে মন সদায় ব্যাকুল আছিল। কিন্তু বিধাতাৰ লিখন কোনেও খণ্ডাব নোৱাৰে ৷ এদিন গধুলী বেলিকা নল নিজৰ অন্তেষ পুৰৰ ফুলনি বাৰীত ফুৰি ফুৰিছিল। এনেতে তেওঁ এটা হীই দেখিবলৈ পালে । ভাল দেখি তাক ধৰি পেলালে) কিন্তু আচৰিত কথা যে ধৰা মাএকে হাহ- টোৱে কবলৈ ধৰিলে “হে, val) তুমি মোক নেমাৰিবা, তোমাৰ মই অভিলাষ সিদ্ধি কৰিম। তোমাৰ নিচিনাই ধুনীয়া ভীমৰ জীয়েক দময়ন্তীৰ লগত তোমাৰ মিলন কৰাই