৮৮ ভোগ।
পাচে পাচে আহি আছা ৷ আৰু কি বৰ লাগে কৌরা। তেতিয়! সাবিত্ৰীয়ে কলে, “cma শহুৰে যেন হেৰোৱা ৰাজ্য পুনৰ পায় ‘যমে “তাকে হক” বুলি কৈ যাবলৈ ধৰিলে। সাবিত্ৰীয়ে তেওঁৰ আকৌ পাচ লোৱাঁ দেখি সেই বাৰ কলে,“এইবাৰ এটা বৰ তোমাৰ নিজৰ কাৰণে লেৱ| ৷) তেতিয়া সাবিত্ৰীয়ে কলে, “মই যেন এশ পুত্ৰৰ মাক হওঁ। যমে কথাতে! ভাবি নেচাই “সেয়ে হক” বুলি যাবলৈ ধৰিছে, এনেতে সাবিত্রীয়ে কলে, “আপুনি কলৈ যায়, মোব স্বামীক দিয়ক। আপুনি এতিয়াই মোক এশ লৰাৰ Baas হবলৈ বৰ দিলে। কিন্তু স্বামী বিনে আপোনাব এই বৰ কেনেকৈ ফলিৰ |" তেতিয়া যম এনাজবিৰে বান্ধ খাই মহা বিপদত পৰিল। তেওঁ কলে; ধন্ত = সাবিত্ৰী । খহ্ায তোমাৰ সতীত্ব! তোমাৰ সতীত্ব প্রভাৱত মৃত পতিৰ জীবন ঘূৰাই পালা । তোমাৰ নাম চন্দ্ৰ দিবাকৰ থাকে মানে থাকিব।৮” এই বুলি আশীৰ্ব্বাদ কবি যম গুচি গ’ল ৷ সাবিত্ৰীয়ে জীৱটো আনি সভ্যবানৰ দেহত লগাই দিয়া মাত্রকে সত্যবান উস্ বাম বুলি উঠি বহিল, আৰু কলে; “মই আজি বহুত বেলি শুলে, বাতি হল, তুমিও মোক জগাই নিদিলা, aw পিতৃ মাতৃয়ে চিন্তা কৰিব পায়, এতিয়| আৰু ঘৰলৈ যাব নোৱাৰোহঁক |
ইফালে ঘৰত বাপেকৰ চকু যমৰ বৰ মতে ভাল হল। কিন্তু চকু ভাল হ'ল বদিও সাবিত্রী সত্যবানক নেদেখি ছুয়ে! কান্দিবলৈ, ধৰিলে, আক অনেক বিলাপ কৰি আছে, এনেতে