সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

re _ভোগ। _

চাওঁতে চাওঁতে শেষ হবলৈ আৰু তিন দিন মাত্র আছে। তেতিয়া সাবিত্ৰীৰ অন্তৰত শোকে খুন্দিয়া খুন্দি কৰিবলৈ ধৰিলে। কিন্তু জানোচ| শহুৰেক শাহুৱেকে গম পাই সেই ভাবি দেখাই বেজাৰ কৰা নাছিল। সাবিত্ৰীয়ে সেই দিনাৰ পৰা তিৰাত্ৰ ব্ৰত আৰম্ভ কৰিলে ।

বছৰ পূৰ্ণ হল। সত্যবান আগদিনাৰ দৰে হাবিৰ ফল মূল ও আৰু কাঠ আনিবলৈ যাবলৈ ওলাল। ভেতিয়া সাবিত্ৰয়ে কলে, ‘স্বামী মোৰে| আজি বনখন চাবৰ মন হৈছে ৷ দাসীক লগতে লৈ যাওক।” তেতিয়া সত্যবানে ৷ কলে,--“ঠাইবোৰ হাবি, কাইটেবে Sal; তুমি তাত দুখ পাব| ৷” তুমি যাব নেলাগে ময়ে ধুনীয়৷ ফুল আনি ইয়াতে দিম ।” কিন্তু সাবিত্ৰীয়ে বৰকৈ ধবাত নিবলৈ ওলাল। দুয়ো যাবলৈ ধৰিলে : চাওঁতে চাওঁতে দুয়ে| অগাধ হাবিব মাজ পালেগৈ। সাবিত্ৰীৰ বুকু ফাটি যাওঁ, ফাটি যাওঁ হল। যাওঁতে বাটত সত্যবানে সাবিত্ৰীক নানা ফুল, ফল দেখুৱাই নিবলৈ ধৰিলে MBS সত্যবানে কলে, “ভুমি ইয়াৰ তলতে বহা; মই গছ জোপ] দলি লওঁ। এই বুপি তেওঁ গছত উঠিল। gait মান মাঝৌতেই তেওঁৰ মূৰটে| ঘুবাবলৈ ধৰিলে। সাবিত্ৰীয়ে তেতিয়া তেওঁক নামি আহিবলৈ কলে | সত্যবান নামি আহি সাবিত্ৰীৰ কোলাতে মূৰটে৷ পেলাই পৰিল AS তেতিয়াই তেওঁৰ প্রাণ বায়ু গ’ল। তেতিয়া মাবিত্ৰীৰ বুদ্ধি . হেৰাল | মৃত স্বামীৰ মূৰ catateta কান্দিবলৈ ধৰিলে;