সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাবিত্রী। _ ৮৫

মৰিব ।” তেতিয়া বাপেকে সাবিত্ৰীক মাতি আনি এই কথা ক’লে, কিন্তু সাবিত্ৰীয়ে কলে,“মই যেতিয়া আগেয়ে সভ্যবানক স্বামী বৰণ কৰিলে৷ মোৰ আক প্রতিজ্ঞা নেভাঙ্গে। মোৰ - ভাগ্যত যি আছে ইব। তাক কোনেও খণ্ডাব নোবাবে।” তেতিয়া বাপেকে অনেক বুজালে কিন্তু সাবিত্রীব মন একোতে ভুলার নোব্ধারিলে।

তেতিয়া! নাৰদ তাৰ পৰা গুচি গল। অশ্বপতিয়ে জীয়েকৰ এনেকুরা Ge প্রতিজ্ঞ। দেখি, আক সাবিত্রীধ মন ঘুবাব নোরাৰি অগত্য। বিয়াৰ দিন ঠিক কৰিলে । সাবিত্ৰীক সত্যবানৰ লগত অবণ্যতে অশ্বপতিয়ে বিয়া দ্িলেগৈ | কিয়নো সত্যবানে মাক বাপেকক এবি থৈ আহিবলৈ মাস্তি নইল। ৰজাই অতি বেজাৰ আৰু APSARA লগত এজনা মাথোন লিগিবী দিলে। সাবিভ্রীয়ে পিতৃ-মাতৃক সেরা কৰি বিদায় লৈ হাবিৰ মাজৰ পাতৰ জুপুৰিত থাকিবলৈ ধৰিলে৷ সত্যবানৰ মাক বাপেকে সাবিত্ৰীক পাই বনৰ সকলো ছুখ কষ্ট পাহৰিলে সত্যবানে alate পাই আনন্দেৰে কাল কটাবলৈ লাগিল । সাবিত্ৰীয়ে তেওঁৰ শহুৰ শাহু আৰু স্বামীক অচল| ভক্তি কৰি থাকিল।

সত্যবানৰ মৃত্যু যে হব৷ এই ৰথ] সাবিত্ৰীৰ বাহিৰে আন কেঁৱে নেজানে ৷ সাবিত্ৰীয়ে আঙ্গুলি মুবত লেখি থাকৌতেই দিনৰ পাচত পষ, পযৰ পাচত মাহ যাবলৈ ধৰিলে। সাবিত্ৰীৰ ওপবত abl ডাঙ্গৰ ছাই যেন তেওঁক ঢাকি পেলাইছে।,