টি তাৰ৷
দিছিল যে যেতিয়ালৈকে দ্ৰৌপদীয়ে আহাৰ নকৰে৷ তেওঁৰ চৰুৰ ভাত আঞ্জ| যিমানক খুৱাই নুধুকায়। এই বৰৰ শুণত বহুত আপদ বিপদৰ পৰা তেওঁ বক্ষ পৰি আছিল
কাম্য বনৰ পবা, অকলশবীয়া অবস্থাত পাই, এদিন | জয়দ্ৰথে দ্ৰৌপদীক চুবকৈ আনিছিল। পিচে যথাসময়ত ভীম আক অৰ্জুনে পাই জয়দ্ৰথৰ হাতৰ পৰা৷ একৱাই আনে। এই ঘটনাৰ পাচতে দ্ৰৌপদী যে সতী এই কথাটোত তেওঁৰ অহঙ্কাৰ হয়।
এই অহঙ্কার চুৰ্ণ কৰিবব কাৰণে শ্ৰীকৃষ্ণই অকালতে এজোপ৷ আমত এটা পকা আম লগোৱালে ৷ দ্ৰৌপদীৰ সেই আম দেখি লোভ লাগিল। অৰ্জ্জুনক খাটিলুটি আমটো পৰাই আনিলে ৷ এনেতে শ্রীকৃষ্ণ আহি কলেহি বে সেই আমটো এজন খধিৰ নিমিত্তে আছিল ৷ এনেদৰেই সদায় একোটা আম পকি থাকে। খবি আহি আম নেপালে শাপি
ংস কৰিবহি। এই কথা গুনি সকলোটিয়ে Bees ৰক্ষা
কৰিবলৈ খাটিলে। তেতিয়া তেওঁ কলে যে তেওঁলোকৰ গাইপতি মনৰ গুপ্ত কথা প্রকাশ কৰিলে আম এনেয়ে গছত লাগিব।
প্রত্যেকেই কলে,আক আম গছত লাগে| লাগে| হলগৈ | দ্ৰেসদীয়ে আচল কথা নোকোৱাত আম আকৌ নামি আহি বলৈ ধৰিলে। তেতিয়া এটায়ে ডাবি হুকিদিয়াত কলে, এমই এদিন কৰ্ণৰ ৰূপ দেখি ভোল গৈছিলে। আক তেওঁক