সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯১৮৭1) ioe Gah P :

= [8৯]

Cat |

আগব দিনত চাৰিজন সিদ্ধ আহিল। তেওঁলোকে বিয়া বাক নকবাই সদাই ঈশ্ববক চিত্ত৷ কৰি বনে বনে ফুবিছিল | ঈশ্বব তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ সকলো পাপৰ পৰ মুক্ত কৰিলে । সেইবাবে তেওঁলোকক পিদ্ধ বোলে !

এদিন কৰবাৰ পৰা ফুৰি ফুৰি আহি বৈকুণ্ঠত ভগৱন্তক দেখা কৰিবৰ মনেৰে ভে! ভে'| কৰে কাকে৷ নোসোধাকৈ যত SER ভগৱন্ত লঙ্গমী মারে সৈতে অনন্ত শয্যাত শুই আছিল, তালৈকে সিবিলাক সোমাই গৈছিল। ভগৱন্তৰ দুৱাৰমুখত gar জয় বিজয় নামে দুৱৰী আছিল। হঠাৎ চাৰিজন মানুহ সোমোৱ| দেখি তেওঁলোকে আগভেট। দিলে। ইয়াতে হুয়ো দলৰ কথাই কথাই কী জিয়া লাগিল। চাৰিসিদ্ধক ভিতৰলৈ সোমাই যাব নিদ্িয়াত খঙ উঠি gaat অস্থৰ হৈ | উপজিবলৈ শাও দিলে। | বাহিৰত হাইশুনি লক্ষমীদেবীয়ে গৌসাইক কি হৈছে বুলি চাবলৈ পঠিয়াই দিলে । ss আহি দেখে যে কাণ্ড

a