সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শয় এত! টে

নে আজ -4 পেলি’

ভ্রোপদী ॥ ৮১

এরেই অৰ্জ্জন ৷ গধুলী চোতালৰ মুৰৰ পৰ| ভীমে মাত লগালে, “আই ! আজি এটি ভাল ভিক্ষা পাই আনিছে।।” মাকে কলে, “বোপাই পাট্টোটিয়ে সমানে ভগাই থোৱ| ৷

Sy গৃহৰ পৰ৷ পলাই আহি আজি প্রায় বাৰ বছৰ এই দৰেই পাণ্ডবহঁতে বনে বনে মাগি খুজি খাই ফুৰিছে। ব্যাসৰ মুখে দ্ৰৌপদীৰ স্বয়ম্বৰৰ কথ| গম পাই বামুণৰ বেশ ধৰি তালৈ গৈছিল ।

ইফালে দ্ৰেপদে অচিনাকী বামুণ এটাই ছোৱালী জনী লৈ যোৱ| দেখি মৃত প্রায় হৈ চোৰাং চোৱাৰ হতুৱাই তেওঁলোকৰ খবৰ কৰাই পাচ দিন| Wal বজাৰ ঘবলৈ মতাই অনালে।

cafen জানিব পাৰিলে যে যাক দিম বুলিছিল তেওঁৰ হাততে দ্ৰৌপদী পৰিছে তেতিয়া তেওঁৰ আৰু আনন্দৰ সীম! মৰল। ততালিকে সমাৰোহেৰে বিয়া দিবলৈ কাৰবাৰ কৰিলে। যেতিয়া জানিলে যে দ্ৰৌপদীক পার্টোজনে বিয়া কৰাব, ৰজা আকৌ বিষম সমস্যাত পৰিল। ব্যাসদের আহিহে এই বিপদৰ পৰ। উদ্ধাৰ কৰিলেহি ।

ইয়াৰ পিচত পাণ্ডবহঁতক হস্তিনালৈ আনিলে। ইয়াত

কিছুদিন থকাৰ পাচত পাশাখেল| হয়। খেলত যুখিষ্ঠীৰ হাৰে। দ্ৰৌপদীক ৰজন্বলা অবস্থাত সভালৈ আনি অনেক লঘু লাঞ্ছন| কৰে। আন কি নাঙ্গঠ (বস্ত্হষণ) কৰিবলৈকো চেষ্টা কৰিছিল। Saag অনুগ্ৰহত হে ৰক্ষ৷ পৰিল। পাশাত হাৰি বনলৈ যাওঁতে সূধ্যই এওঁক এটা বৰ ৬