সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০ ভোগ ।

বিলে? কর্ণ, দ্ৰোণ, ভীষ্মৰ নিচিন। প্রপিদ্ধ বীব সকলেও লক্ষ্য ভেদ কৰিব নোৱাৰিলে | সকলো লাজত তলমূৰ কৈ বহি পৰিল। গোটেই সভা খন্তেকলৈ কাহ পৰি জীন যোৱ| হ’ল। তেতিয়| worm সমাজলৈ চাই কবলৈ ধৰিলে, “cata পিতা meen উপযুক্ত ক্ষত্ৰিয়লৈ--ভনীক দিবৰ মনেৰে এই পথ কৰিছিল। কিন্তু দুৰ্ভাগ্য বশতঃ কোনো ক্ষত্ৰিয়ই লক্ষ্য ভেদ কৰিব নোবাৰিলে ! সেই বাবে এতিয়। আপোনা সকলৰ ভিতৰত যেয়ে পাৰে লক্ষ্য ভেদ, কৰি মোৰ ভনীক বিয়া কৰাই পিতাৰ প্রতিজ্ঞা ৰাখক ৷ এই কথা গুনি বামুণৰ মাজৰ পৰ| এজন-জটীয়া বামুণ লক্ষ্য ভেদ কৰিবলৈ ঠিয় হল। ইয়াকে দেখি গোটেই সভাই হাহি fash মাৰি fac) বামুণ বোবেগ তেওঁক পগলা বুলিহে ঠাৱৰাব খুজিছিল ৷ কিন্তু একে৷ বাধা বিধিনি নেমানি, ঈশ্ববৰ চৰণ চিন্তি ব্ৰাহ্মণ আৰু সাধু মণ্ডলাক সেৱ| ,কৰি লাহে লাহে লক্ষ্যৰ ওচৰ চাপিল । ধীৰ ais স্থিৰ ভাৱে ধেনুত জোব দি একেপাত শাবেই মাছৰ চকু বিন্ধিলে । অনেকে: এই কথ! অবিশ্বাস কৰাত মাছটোকে কাটি আনি সভাৰ মাজত পেলাই দিলেহি। প্রতিজ্ঞা মতে দ্ৰৌপদীয়ে সেই অচিনাকী ব্ৰাহ্মণ জনক বৰণ কৰিলে | ৷ ৬

ত্রৌপদীক হাতত ধৰি এও সভাৰ Alay পৰা ওলাই যাব খোজে তই এখন SATA যুজ লাগিল। তেও যুজত সকলোকে পরাস্ত কৰি ড্ৰৌপদীক লৈ ঘৰলৈ গুচি গ’ল।