তা
CARIN UN ade ene
ডেকাবজ|, বজাৰ ৬ককোঞৰ আৰু অন্যান্য ভাল মানুহো জ্রৌপদীক পোৱাৰ আশাবে Aleta ৰাজ্য ভৰি পৰিলহি। ইয়ালৈ নহ| প্রাণী কেও নাছিল । ক্ষত্রিয় আহিছিল ছোৱা- লীৰ আশাৰে, বৈশ্য আক শূদ্ৰ আহিছিল জলপানৰ আশাবে। বামুণ আহিছিল জলগান আৰু দক্ষিণ| দুয়োটাৰ আশাৰে। খষি মুনি সকলো! ইয়াৰ পৰা বাদ পবা নাছিল । তেওঁলোক আক এনেয়ে ৰং চাবলৈ আহিছিগ। , যোলদিন এইদৰেই মানুহ আহি আছে। বজা ঘৰিয়। কথা । খোৱাই খাইছে শোৱাই শুইছে, দিন ৰাতি একে৷ চিন নাইকিয়া হৈছে । শেহৰ দিনা লক্ষ বিন্ধাৰ দিন। ড্রৌপদীক wears CH কাপোৰ পিন্ধাই হাতত ফুলৰ মাল! দি যেতিয়| তেওঁৰ ৰূপৰ কথা সুখেবে ‘বৰ্ণনা কৰিব নে৷ৱ।ৰি-- ‘বগী ভৰা, তাতে সোনেৰে গিলিপ মৰ| ৷ আহিবৰ পৰত যি সভাচাবলৈ যাওঁ বুলিহে ওলাই আহিছিল, সিও দ্ৰৌপদীক - দেখি লোভ সামৰিব নোৱাৰি এবাৰ লক্ষ্য ভেদ কৰিবৰ কাৰণে চেষ্টা কৰি চাবলৈ মন মেলিলে । এতিয়া খৃষ্টত্যন্মই স্নত্ৰীয় সকলক সম্বোধন কৰি কলে, ‘্ৰ৷ইল সকল! লক্ষ্য বিন্ধি দ্ৰৌপদীক বিয়া কৰাওক ৮ এই বুলি কবলৈহে পালে, চহকী MRA দক্ষিণাত গৰালৰ গুৰিত বামুনৰ যেনে৷হেঁচ|-তেপ| হয়, Cree ওচৰতে সেয়ে হ’ল। পিচে এজন এজন কৈ প্রায় সকলোৱেই চেষ্টা কৰি চালে, লক্ষ ভেদ কৰা দূৰৰ কথা অনেকে ধেনু খন দাঙ্জিবকে মোৱা-