সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ ভোগ !

ধুবলৈ নামিল ৷ পানীত ধেমালী কৰি থাকোতেই বৰ বতাহ মাৰি পাৰৰ কাপোৰ বোৰ মিহলাই পেলালে। গা ধুই উঠি আহি নিজৰ নিজৰ কাপোব বাচি আনি সকলোৱে ৷ পিদ্ধিলে। লবালবিব বেগত “iste :দেবঘানীৰ কাপোৰ cata পিন্ধি পেলালে wits দেখি দেবযানীৰ, বৰ খং উঠিল আৰু কলে “শুদিবৰ ছোৱালী হৈ বামুনীৰ কাপোৰ পিন্ধিলি, তোৰ ইমান অহঙ্কাৰ ৷ ৰ আজি পিতাৰ আগত কৈ দিওঁগৈ ৷” শর্দিষ্ঠাও বাঁপেকৰ আলাসৰ লাক | দেব্যানীৰ কেতেবা মাত শুনি খঙ্গেৰে কলে, “শুদিব বুলি মোক: ঘিনাইছ, হি বাপেৰৰ জঁহ কৈছ, সেই বাগেবেই মোৰ পিতাই fan ধনেবেইহে বৰ মানুহ ৷ তোৰ বাপেৰে সদায় আমাৰ গাৱতে পেট পেলাই পৰি থাকেগৈ |”. এই দৰেই ছুয়োজনীব_ মুখে মুখে লাগি হতাহতি হলগৈ ৷ দেৱঘানীক ওচৰৰ গাঁত এটাত পেলাই শর্মিষ্ঠা গুচি আহিল। দেবঘানীব নো. fe ea ate উভটি নেচালে।

ঈশ্ববৰ ইচ্ছা সেই হাবিলৈকে বধযাতি চীকাৰ কৰিবলৈ গৈছিল ৷ ৰঞ্জাৰ পিয়াহ লাগিলত দূতে পানী বিচাৰি আহি হঠাৎ সেই গঁ৷তটোৰ কাব পালেহি ভাত এজনী ধুনীয়া ছোৱালী পৰি থকা দেখি ৰজাক মেই বাতৰি দিলেগৈ। ৰজাই আহি কাষ পাই পৰিচয় লৈ প্রথমেতে; হাঙত ধৰি তুলিবলৈ ভয় কৰিছিল কিয়নে| গাভৰু ছোৱালীক হাতত ধৰা অবিধি।