সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬

পাবি আক খুব কোবাই যাবলৈ ধৰিলে । ভৰতে সকলো! নিৰৱে সহ্য কৰি গৈ আছে, গাল্লি'আঁৰু বেতৰ কোব অসহা হলত এবাৰ কলে, “হেব মূৰ্খ ৰজা, তোৰনো অলপো৷ জ্ঞান নাইনে ?” এই বুলি কোৱা! মাত্রেই অকৰা মানুহে মাতিলে বুলি সকলো! আচৰিত হল, ৰজাও দোলাৰ পৰা নামি); পৰিল। জড় ভৰতে তেওঁক সেই সময়তে বহুত ধৰ্ম্মৰ কথা কলে, রজাও কথা শুনি আচৰিত হল। তেওঁক ক্ষমা

প্রার্থনা খোজাত ভৰতে সহজে ৰজাক ক্ষমা কৰিলে আক frais দিলে !

ইয়াৰ পিচত ভবত অৰণ্যলৈ গৈ তপস্থা। কৰি জীরণৰ রাকা কাল কটাই শেহত স্বৰ্গলৈ গ’ল।