vs ভোগ। =,
ale গোসানী ঘৰলৈ আনিৰলৈ আদেশ দিলে । বিধিমতে গা-ধুৱাই নতুন কাপোৰ অলঙ্কাৰ পিন্ধাই ফুল তুলসি চন্দন আদিৰে wal কৰি গোসানীৰ আগত তললৈ মূৰকৈ বহুৱালে ৷ ইয়াৰ পিচত চোৰৰ পুৰোহিতে ভদ্রকালীক এই বলি উৎসর্গ কৰি হাতত চোকা দালৈ কাটিবলৈ ঠিয় হ’ল ৷ ঢোল-গায়নৰ ডবা_-শঙ্খব, কীহ-কল-ভেৰীৰ কোলাহলত strat মাত কতো! নুশুন| হল ।
এই চোৰ বোৰৰ এনে আচৰণ দেখি ভদ্ৰকালীৰ বৰ খং উঠিল? কিয়নো চোৰে যদিও নেজানিছিল, গৌসানীয়ে ভৰতক বাঢ়িয়াকৈ চিনি পাইছিল। cr বাৰেই এনে এজন পুৰুষক তেওঁৰ ওচৰত বলি দিব CANIS তেওঁৰ তপত তেজ গাঁৰ শিবে শিৰে ববলৈ ধৰিলে? তেওঁ মনে মনে ভাবিলে, “ফাৰ কাৰোৰে লৈতে শত্ৰুত৷ নাই, যাৰ জীব মাত্ৰেই আপোন, যি সকলোকে ইশ্বৰৰ নিচিনা দেখে, যাক প্রলরকালতে| নষ্ট কৰাৰ catty নহয়, এনে এজন ধিক মোৰ আগত বলি দিবলৈ আনিছে? এই ভাবি গোঁসানীয়ে পুৰোহিতৰ হাতৰ দাবেই এটাই বোৰ চোৰৰ মুৰ কাটি তেজ fata মহৎ লোকক অত্যাচাৰ কৰাৰ ফল হাতে হাতে সিহঁতে aie ভবতক বান্ধ মোকোলাই গোসাণীয়ে বিদায় ঈশ্ববত যাৰ fact) অচল| ভক্তি’ আৰু অটল বিশ্বাস তেওঁক এইদৰেহ বিপদৰ পৰা ar কৰে ।
এদিন সেই সময়ত থক সিন্ধুদেশৰ ৰঙ্কাই দোলাত উঠি
{
না পি
ea ৮৯৮ ৯